Menu Close

Assamese Literature Optional 2020 Paper Analysis

Every question from the Assamese Literature Optional papers of UPSC Mains 2020, placed in its syllabus unit and checked against all questions asked from 2013 to 2019. See what was familiar, what came back and what was new.

Other years:

What stood out in 2020

  • More marks than usual: খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য (210 marks, against an average of 200).
  • Fewer marks than usual: খণ্ড খ: আধুনিক সাহিত্য (190 marks, against an average of 200).
  • One question was a close repeat of an earlier paper: Q5b (Paper II), first seen in 2014.
  • Every question came from a topic UPSC had asked recently.

Which units got the marks in 2020

Marks asked from each unit in 2020 (dark bar) against its average for 2013–2019 (grey bar).

Paper I

Paper II

A question that fits two units is split equally between them.

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper I

Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: উদ্ভৱ কালৰ পৰা অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ৰূপ নিৰ্ণয় কৰা। (10 marks)

Asked 12 times in 2013–2019, most recently in 2019.

Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ব্ৰজবুলি গদ্যৰ বৈশিষ্ট্য বিশ্লেষণ কৰা। (10 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিকেইটাৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে প্ৰয়োগ দেখুওৱা। (10 marks)

Asked 10 times in 2013–2019, most recently in 2019.

Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ শব্দসম্ভাৰৰ উৎস নিৰ্ণয় কৰি উদাহৰণেৰে বুজাই লিখা। (10 marks)

Asked 11 times in 2013–2019, most recently in 2019.

Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া স্বাৰ্থিক প্ৰত্যয়সমূহৰ প্ৰয়োগ উদাহৰণেৰে স্পষ্ট কৰা। (10 marks)

Asked 20 times in 2013–2019, most recently in 2019.

Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ প্ৰধান উপভাষা কি কি? এইবোৰৰ বৈশিষ্ট্য উদাহৰণসহ আলোচনা কৰা। (20 marks)

Asked 10 times in 2013–2019, most recently in 2019.

Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ প্ৰত্যয়সমূহৰ শ্ৰেণীবিভাজন কৰি উদাহৰণসহ লিখা। (15 marks)

Asked 20 times in 2013–2019, most recently in 2019.

Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: প্ৰাচীন অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ধাৰাটো বিশ্লেষণ কৰা। (15 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কাল আৰু বৈশিষ্ট্য অনুসৰি ভাৰতীয় আৰ্য ভাষাৰ স্তৰসমূহ বিভাজন কৰি দেখুওৱা আৰু অসমীয়া ভাষাৰ উৎস বিচাৰ কৰা। (20 marks)

Asked 12 times in 2013–2019, most recently in 2019.

Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপিৰ বৈশিষ্ট্যসমূহ প্ৰদৰ্শন কৰা। (15 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মান্য ভাষা বুলিলে কি বুজা? উপভাষা এটাই কেনে পৰিবেশত মান্য ভাষাৰ ৰূপ লয়? মান্য ভাষা সৃষ্টিত উপভাষাৰ গুৰুত্ব আলোচনা কৰা। (15 marks)

Asked 10 times in 2013–2019, most recently in 2019.

Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ ক্ৰমবিৱৰ্তিত ধাৰাটোৰ পৰিচয় দিয়া। (20 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া শব্দমালাত থকা আৰ্য-ভিন্ন ভাষাসমূহৰ উপাদান বিশ্লেষণ কৰা। (15 marks)

Asked 11 times in 2013–2019, most recently in 2019.

Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। (15 marks)

Asked 20 times in 2013–2019, most recently in 2019.

Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকীয়াল ফুকনৰ অৱদান চমুকৈ বিশ্লেষণ কৰা। (10 marks)

Asked 3 times in 2013–2019, most recently in 2019.

Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকী কাকতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। (10 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চৰ্যাগীতৰ ভাষিক বৈশিষ্ট্য সম্পৰ্কে এটি টোকা লিখা। (10 marks)

Asked 12 times in 2013–2019, most recently in 2019.

Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ঝুমুৰাৰ লক্ষণ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। (10 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ ফঁহিয়াই দেখুওৱা। (10 marks)

Topic: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ › সাহিত্যৰ বিভিন্ন ৰূপ (genres)
Asked 10 times in 2013–2019, most recently in 2018.

Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অংকীয়া নাটৰ সৃষ্টিত অসমৰ থলুৱা উপাদানসমূহৰ ভূমিকা সম্পৰ্কে বিৱৰি লিখা। (20 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: বৈষ্ণৱ ভক্তিকাব্য কেইখনমানৰ পৰিচয়মূলক টোকা লিখা। (15 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: স্বাধীনতা-পৰৱৰ্তী অসমীয়া সামাজিক উপন্যাসৰ ইতিহাস সম্পৰ্কে আলোচনা কৰা। (15 marks)

Asked 13 times in 2013–2019, most recently in 2018.

Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সমালোচনাৰ মূল উদ্দেশ্য আৰু স্বৰূপ বিশ্লেষণ কৰি অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাস নিৰ্ণয় কৰা। (20 marks)

Asked 6 times in 2013–2019, most recently in 2019.

Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘অসমীয়া কবিতাত প্ৰকৃতি’–এই সম্বন্ধে এটি নিৱন্ধ যুগুত কৰা। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ৰামধেনু যুগৰ চুটিগল্পৰ বিষয়বস্তু আৰু আঙ্গিক বৈশিষ্ট্য বিচাৰ কৰা। (15 marks)

Asked 13 times in 2013–2019, most recently in 2018.

Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য আৰু তাৎপৰ্য বিশ্লেষণ কৰা। (20 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া কবিতাত প্ৰগতিবাদী চিন্তাৰ স্বৰূপ কেনেদৰে প্ৰতিভাত হৈছে, আলোচনা কৰা। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ঐতিহাসিক নাটকৰ বিষয়বস্তু সামৰি ইয়াৰ সাহিত্যিক মূল্যাংকন কৰা। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.
Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper II

Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: পিতৃৰ মৃত্যু আৰু ৰামচন্দ্ৰৰ বনবাসৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল? (10 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: সত্যভামাৰ কি কাৰণে ঈৰ্ষা জন্মিছিল আৰু সেই ঈৰ্ষাৰ জুই কেনেকৈ নিৰ্বাপিত হৈছিল? (10 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহৰ মাজেৰে প্ৰধানকৈ কি ৰসৰ পৰিস্ফুৰণ ঘটিছিল আৰু সেই ৰস কিহলৈ উত্তীৰ্ণ হৈছিল? (10 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ৰাসক্ৰীড়াৰ সময়ত শ্ৰীকৃষ্ণই গোপিনীসকলক কি অপ্ৰিয় বাণী শুনাইছিল আৰু ফলত কি হৈছিল? (10 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘কথা ভাগৱত’ত বৰ্ণিত ভাগৱতৰ দশ লক্ষণ কি কি? (10 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয় কাব্য’ৰ ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্য-প্ৰতিভা কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰাঁ। (20 marks)

Asked 12 times in 2013–2019, most recently in 2019.

Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা ভাগৱত’ৰ আলমত ভট্টদেৱৰ গদ্যৰীতিৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰাঁ। (15 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ আলমত শংকৰদেৱ আৰু মহাৰাজ নৰনাৰায়ণৰ বাৰ্তালাপৰ আভাস দিয়াঁ। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি ।
সবে বোলে মোকসে আলিঙ্গি আছে হৰি ।”
এই কথাষাৰৰ পটভূমি আৰু তাৎপৰ্য ব্যাখ্যা কৰাঁ। (20 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয় কাব্য’ৰ ময়দানৱ চৰিত্ৰটি বিশ্লেষণ কৰাঁ। (15 marks)

Asked 12 times in 2013–2019, most recently in 2019.

Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ আধাৰত মধ্যযুগৰ অসমৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ আভাস দিয়াঁ। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটখনক শংকৰদেৱৰ সৰ্বশ্ৰেষ্ঠ নাট বোলাৰ যথাৰ্থতা আলোচনা কৰাঁ। (20 marks)

Asked 15 times in 2013–2019, most recently in 2019.

Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ গদ্যৰীতিৰ আভাস দিয়াঁ। (15 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰামায়ণৰ ‘অযোদ্ধা কাণ্ড’ৰ কাব্যিক সৌন্দৰ্যৰ সম্যক আভাস দিয়াঁ। (15 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাই পিতৃৰ সৈতে নামনিৰ পৰা উজনিলৈ কৰা নৌকাযাত্ৰাৰ অভিজ্ঞতাৰ বৰ্ণনা কৰাঁ। (10 marks)

Asked 9 times in 2013–2019, most recently in 2019.

Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন ক’ত, কেতিয়া আৰু কেনেকৈ হৈছিল? (10 marks)

Asked before: a similar question came in 2014.

Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘গাঁওবুঢ়া’ নাটকত নাট্যকাৰে কেনেদৰে হাস্যৰস সৃষ্টি কৰিছিল? (10 marks)

Asked 11 times in 2013–2019, most recently in 2019.

Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘সম্ৰাট’ত কবিয়ে কাৰ কথা বৰ্ণনা কৰিছে আৰু তেওঁ কিহৰ কাৰণে অনুশোচনা কৰিছে? (10 marks)

Asked 8 times in 2013–2019, most recently in 2019.

Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মৃত্যুঞ্জয়’ত ৰেল বগৰোৱাৰ পৰিকল্পনা কোনে, ক’ত আৰু কেনেকৈ কৰিছিল? (10 marks)

Asked 10 times in 2013–2019, most recently in 2019.

Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘জীৱনৰ বাটত’ উপন্যাসৰ কাহিনীত অদৃষ্টবাদৰ ছায়া সুস্পষ্ট।” কথাষাৰৰ যথাৰ্থতা বিশ্লেষণ কৰাঁ। (20 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ত কাঞ্চনমতীৰ চৰিত্ৰটি কেনেদৰে চিত্ৰিত কৰা হৈছে? (15 marks)

Asked 11 times in 2013–2019, most recently in 2019.

Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ কোনটো কাহিনীয়ে তোমাক মোহিত কৰিছে আৰু কিয়? (15 marks)

Asked 7 times in 2013–2019, most recently in 2019.

Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসত পুৰণি আৰু নতুন চিন্তা-ভাবনাৰ বিৰোধ কেনেদৰে প্ৰকাশ কৰা হৈছে, আলোচনা কৰাঁ। (20 marks)

Asked 13 times in 2013–2019, most recently in 2019.

Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘প্ৰতিমা’ কবিতাটিৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰাঁ। (15 marks)

Asked 7 times in 2013–2019, most recently in 2019.

Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মনোমতী চৰিত্ৰটি বিশ্লেষণ কৰাঁ। (15 marks)

Asked 9 times in 2013–2019, most recently in 2019.

Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ৰ আলমত ‘বৰগীত’ সম্বন্ধে বহলাই আলোচনা কৰাঁ। (20 marks)

Asked 14 times in 2013–2019, most recently in 2019.

Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কোঁৱৰৰ মানসিক দ্বন্দ্বৰ বিশ্লেষণ কৰাঁ। (15 marks)

Asked 11 times in 2013–2019, most recently in 2019.

Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সম্ৰাট’ কবিতাটি আধুনিক কবিতাৰ শাৰীত পৰেনে? শব্দচয়ন, ছন্দ আৰু ভাবৰ আধাৰত বিশ্লেষণ কৰাঁ। (15 marks)

Asked 8 times in 2013–2019, most recently in 2019.

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

Spotted something wrong?

If a question is in the wrong unit or a match looks wrong, please report an error.

Related: Overall Assamese Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted