Menu Close

Assamese Literature Optional 2026 Paper Analysis

Every question from the Assamese Literature Optional papers of UPSC Mains 2026, placed in its syllabus unit and checked against all questions asked from 2013 to 2025. See what was familiar, what came back and what was new.

Other years:

What stood out in 2026

  • More marks than usual: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ (102 marks, against an average of 80).
  • Fewer marks than usual: অসমীয়া সাহিত্যৰ ইতিহাস (98 marks, against an average of 117).
  • 5 questions were close repeats of an earlier paper: Q1c (Paper I), first seen in 2013; Q1d (Paper I), first seen in 2018; Q5c (Paper I), first seen in 2017; Q6b (Paper I), first seen in 2018; Q7c (Paper I), first seen in 2018.
  • One question came from topics that were new or had not been asked for six years or more.

Which units got the marks in 2026

Marks asked from each unit in 2026 (dark bar) against its average for 2013–2025 (grey bar).

Paper I

Paper II

A question that fits two units is split equally between them.

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper I

Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিকাশৰ স্তৰকেইটাৰ পৰিচয় দি এটি টোকা লিখাঁ । (10 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ উপভাষাকেইটাৰ পৰিচয় দি টোকা যুগুত কৰাঁ । (10 marks)

Asked 18 times in 2013–2025, most recently in 2025.

Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে উদাহৰণসহ আলোচনা কৰাঁ । (10 marks)

Asked before: a similar question came in 2013.

Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখাঁ । (10 marks)

Asked before: a similar question came in 2018.

Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিশিষ্ট স্বৰবৰ্ণবোৰ নিৰ্ণয় কৰি আখৰৰ লগত মিল অমিল দেখুওৱাঁ । (10 marks)

Asked 17 times in 2013–2025, most recently in 2025.

Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ শব্দমালাৰ উৎসবোৰ নিৰ্ণয় কৰি প্ৰবন্ধ যুগুত কৰাঁ । (20 marks)

Asked 18 times in 2013–2025, most recently in 2025.

Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: স্বাৰ্থিক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ স্বাৰ্থিক প্ৰত্যয়ৰ ব্যৱহাৰৰ বিশেষত্ব দেখুৱাই টোকা প্ৰস্তুত কৰাঁ । (15 marks)

Asked 29 times in 2013–2025, most recently in 2025.

Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মান্য অসমীয়া ভাষাৰ লগত কামৰূপী উপভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহৰ এটি তুলনামূলক আলোচনা যুগুত কৰাঁ । (15 marks)

Asked 18 times in 2013–2025, most recently in 2025.

Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) সমীভৱন
(ii) ঘোষীভৱন
(iii) অনুনাসিকতা
(iv) স্বৰসঙ্গতি (20 marks)

Back after a gap: last asked in 2016.

Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) প্ৰাচীন ভাৰতীয় আৰ্যভাষা
(ii) নিৰ্দিষ্টতাবাচক প্ৰত্যয়
(iii) অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ (15 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) কানাই বৰশীবোৱা শিলালিপি
(ii) ‘চৰ্যাপদ’ৰ ভাষাগত বৈশিষ্ট্য
(iii) মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য (15 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ দেখুওৱাঁ, লগতে প্ৰাচীন অসমীয়া আখৰৰ নিদৰ্শনযুক্ত শিলালিপি আৰু তাম্ৰলিপি কেইখনমানৰ নাম ক্ৰম অনুসৰি লিখাঁ । (20 marks)

Asked 21 times in 2013–2025, most recently in 2025.

Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ কৃৎপ্ৰত্যয়বোৰ দেখুৱাই টোকা যুগুত কৰাঁ । (15 marks)

Asked 29 times in 2013–2025, most recently in 2025.

Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া গদ্যৰ বিকাশত বুৰঞ্জী সাহিত্যৰ স্থান নিৰ্ণয় কৰি বুৰঞ্জীৰ গদ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখাঁ । (15 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ‘অসমীয়া সমালোচনা সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ লিখাঁ । (10 marks)

Asked 18 times in 2013–2025, most recently in 2025.

Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ৰমণ্যাসবাদ সম্পৰ্কে এটি টোকা যুগুত কৰাঁ । (10 marks)

Asked 10 times in 2013–2025, most recently in 2024.

Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰাঁ । (10 marks)

Topic: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ › সাহিত্যৰ বিভিন্ন ৰূপ (genres)
Asked before: a similar question came in 2017.

Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: সাহিত্যৰ বিভিন্ন বিধবোৰৰ (genres) পৰিচয় দিয়াঁ । (10 marks)

Topic: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ › সাহিত্যৰ বিভিন্ন ৰূপ (genres)
Asked 14 times in 2013–2025, most recently in 2024.

Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: উপন্যাসৰ স্বৰূপ বিশ্লেষণ কৰি উপন্যাসৰ উপাদানসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱাঁ । (10 marks)

Topic: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ › সাহিত্যৰ বিভিন্ন ৰূপ (genres)
Asked 14 times in 2013–2025, most recently in 2024.

Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘আধুনিকতাবাদ আৰু অসমীয়া সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰাঁ । (20 marks)

Asked 10 times in 2013–2025, most recently in 2024.

Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰ্যাপদ’সমূহত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, এই সম্পৰ্কে আলোচনা কৰাঁ । (15 marks)

Asked before: a similar question came in 2018.

Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অংকীয়া নাট কি? শংকৰদেৱৰ অংকীয়া নাটৰ পৰিচয় দিয়াঁ । (15 marks)

Asked 19 times in 2013–2025, most recently in 2025.

Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আধুনিক অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদান সম্পৰ্কে পৰ্যালোচনা কৰাঁ । (20 marks)

Asked 7 times in 2013–2025, most recently in 2025.

Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ধেমেলীয়া বা প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা প্ৰস্তুত কৰাঁ । (15 marks)

Asked 24 times in 2013–2025, most recently in 2025.

Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: সাম্প্ৰতিক অসমীয়া কবিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পৰ্কে নিদৰ্শনসহ আলোচনা কৰাঁ । (15 marks)

Asked before: a similar question came in 2018.

Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ধ্ৰুৱবাদ (Classicism)’ বুলিলে কি বুজা? ধ্ৰুৱবাদৰ আধাৰত ধ্ৰুপদী সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰাঁ । (20 marks)

Asked 10 times in 2013–2025, most recently in 2024.

Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰহস্যবাদ’ কি? নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰা কেনেদৰে প্ৰকাশিত হৈছে, বিশ্লেষণ কৰাঁ । (15 marks)

Asked 10 times in 2013–2025, most recently in 2024.

Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱ কন্দলি অনূদিত ‘ৰামায়ণ’ৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰাঁ । (15 marks)

Asked 8 times in 2013–2025, most recently in 2025.
Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper II

Q1a. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘অযোধ্যা কাণ্ড’ৰ জৰিয়তে মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা বিচাৰ কৰাঁ । (10 marks)

Asked 21 times in 2013–2025, most recently in 2025.

Q1b. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘পাৰিজাত হৰণ’ নাটত সত্যভামা চৰিত্ৰটোৰ মাজেৰে কি কি দিশৰ উন্মেষণ ঘটিছে, আলোচনা কৰাঁ । (10 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q1c. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: শ্ৰীমন্ত শংকৰদেৱে কিয় ‘ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়’ বুলি উল্লেখ কৰিছে, বিশ্লেষণ কৰাঁ । (10 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q1d. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ বৰগীতৰ আধাৰত চিৰন্তন মাতৃৰ স্বৰূপ নিৰ্ণয় কৰাঁ । (10 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q1e. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত’ৰ আধাৰত তদানীন্তন সমাজৰ এটি ৰূপৰেখা দাঙি ধৰাঁ । (10 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q2a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটত কি কি ৰসৰ সমাৱেশ ঘটিছে, বহলাই আলোচনা কৰাঁ । (20 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q2b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ভট্টদেৱৰ গদ্যৰ ভাষা গুৰুগম্ভীৰ সাধু ভাষা ।” উক্তিষাৰৰ যথাৰ্থতা ব্যাখ্যা কৰাঁ । (15 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q2c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ বিষয়বস্তুৰ সম্যক আভাস দাঙি ধৰাঁ । (15 marks)

Asked 20 times in 2013–2025, most recently in 2025.

Q3a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: চৰিত-সাহিত্য বুলিলে কি বুজা? চৰিত-সাহিত্যৰ বৈশিষ্ট্যসমূহ ‘গুৰু-চৰিত’ত কিদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰাঁ । (20 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q3b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “শিশু-চৰিত্ৰৰ কল্পনা নৈপুণ্যত বৰগীতবোৰে কবিতা হিচাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে ।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰ ব্যাখ্যা কৰাঁ। (15 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q3c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অযোধ্যা কাণ্ড’ৰ আধাৰত চিত্ৰকূট বনৰ নৈসৰ্গিক চিত্ৰ অংকনত মাধৱ কন্দলিয়ে কিদৰে মৌলিকতা দেখুৱাইছে সেই বিষয়ে এটি নিবন্ধ লিখাঁ । (15 marks)

Asked 21 times in 2013–2025, most recently in 2025.

Q4a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ অনুপম কাহিনীয়ে ভক্তিমাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে ।” কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰাঁ । (20 marks)

Asked 22 times in 2013–2025, most recently in 2025.

Q4b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ আধাৰত জৰাসন্ধ আৰু শিশুপাল চৰিত্ৰ বিশ্লেষণ কৰাঁ । (15 marks)

Asked 20 times in 2013–2025, most recently in 2025.

Q4c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ আধাৰত অসমীয়া গদ্য-সাহিত্যত ভট্টদেৱৰ স্থান নিৰূপণ কৰাঁ । (15 marks)

Asked 23 times in 2013–2025, most recently in 2025.

Q5a. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাৰ জন্মস্থান আৰু জন্ম তাৰিখ সম্বন্ধে আলোচনা কৰাঁ । (10 marks)

Asked 14 times in 2013–2025, most recently in 2025.

Q5b. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শীৰ্ষক সংকলনটোৰ মূল বিশেষত্ব কি কি সেই বিষয়ে এটি বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়োৱাঁ । (10 marks)

Asked 12 times in 2013–2025, most recently in 2025.

Q5c. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: বৰপেটাৰ দৌল উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতি ‘মনোমতী’ উপন্যাসৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে সেই বিষয়ে এটি টোকা লিখাঁ । (10 marks)

Asked 15 times in 2013–2025, most recently in 2025.

Q5d. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ ধনপুৰ চৰিত্ৰটিৰ এটি বিশ্লেষণাত্মক আলোচনা যুগুতোৱাঁ । (10 marks)

Asked 16 times in 2013–2025, most recently in 2025.

Q5e. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: সংঘাতময় জীৱনৰ উপলব্ধি ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটোৰ যোগেদি কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । (10 marks)

Asked 19 times in 2013–2025, most recently in 2025.

Q6a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘কাৰেঙৰ লিগিৰী’ত জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চিন্তা-চৰ্চাৰ স্পষ্ট আভাস পোৱা যায় ।” কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰাঁ । (20 marks)

Asked 18 times in 2013–2025, most recently in 2025.

Q6b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত ৰাজনৈতিক চিন্তা-চেতনাৰ কেনেদৰে প্ৰতিফলন ঘটিছে, উদাহৰণসহ বিশ্লেষণ কৰাঁ । (15 marks)

Asked 16 times in 2013–2025, most recently in 2025.

Q6c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘প্ৰতিমা’ৰ প্ৰায় সকলোবোৰ কবিতাৰ মাজেদি এক মানৱীয়বাদৰ স্পষ্ট ধ্বনি শুনা যায় ।” উক্তিষাৰৰ যথাৰ্থতা ব্যাখ্যা কৰাঁ । (15 marks)

Asked 12 times in 2013–2025, most recently in 2025.

Q7a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: পুৰণি সাহিত্য কি কি দিশত সীমাবদ্ধ বুলি বাণীকান্ত কাকতিয়ে উনুকিয়াইছে, তোমাৰ ভাষাত লিখাঁ । (20 marks)

Asked 16 times in 2013–2025, most recently in 2025.

Q7b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: প্ৰহসন বুলিলে কি বুজা? প্ৰহসনৰ বৈশিষ্ট্যসমূহ ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত বিচাৰ কৰাঁ । (15 marks)

Asked 16 times in 2013–2025, most recently in 2025.

Q7c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: সমালোচকসকলে ‘জীৱনৰ বাটত’ উপন্যাসক “অসমীয়া জাতীয় জীৱনৰ তাৎপৰ্যপূৰ্ণ এটা শতাব্দীৰ ইতিহাস” আখ্যা দিয়াৰ অন্তৰালত নিহিত কাৰণসমূহ ফঁহিয়াই দেখুওৱাঁ । (15 marks)

Asked 19 times in 2013–2025, most recently in 2025.

Q8a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসংগতাবোধ আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে ।” কথাষাৰ ‘সম্ৰাট’ কবিতাৰ প্ৰসংগত কিমানদূৰ প্ৰযোজ্য, যুক্তিসহ তোমাৰ মন্তব্য আগবঢ়োৱাঁ । (20 marks)

Asked 16 times in 2013–2025, most recently in 2025.

Q8b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মনোমতী’ উপন্যাসত সাধাৰণ পুৰুষ-মহিলাৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা-প্ৰীতিৰ কিদৰে পৰিস্ফুৰণ ঘটিছে, আলোচনা কৰাঁ । (15 marks)

Asked 15 times in 2013–2025, most recently in 2025.

Q8c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সমাজ-জীৱন আৰু মানুহৰ বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ জৰিয়তে কিদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ । (15 marks)

Asked 12 times in 2013–2025, most recently in 2025.

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

Spotted something wrong?

If a question is in the wrong unit or a match looks wrong, please report an error.

Related: Overall Assamese Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted