Menu Close

অসমীয়া সাহিত্যৰ ইতিহাস – Assamese Literature Optional PYQs (Paper I, Unit 3)

Here are all 116 questions on অসমীয়া সাহিত্যৰ ইতিহাস asked in UPSC Assamese Literature Optional Paper I (2009–2026), arranged under the 8 topics of this unit. Within each topic the latest questions come first.

Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

Topic-wise weightage graph of অসমীয়া সাহিত্যৰ ইতিহাস, Assamese Literature Optional Paper I
Topic-wise weightage of অসমীয়া সাহিত্যৰ ইতিহাস (Assamese Literature Optional Paper I) – share of marks asked from each topic.

3.1] অসমীয়া সাহিত্যৰ যুগ-বিভাজন

4 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সাহিত্যৰ যুগবিভাজন কেনেদৰে কৰিব পৰা যায়, আনুমানিক সময়সীমাৰ উল্লিখনসহ আলোচনা কৰাঁ । [2025/10m/5a]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ গ্ৰন্থ হিচাপে মহেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ৰ বিষয়ে এটি সমালোচনাত্মক নিবন্ধ যুগুত কৰাঁ । [2025/15m/6b]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীত আলোচনীভিত্তিক প্ৰধান যুগকেইটাৰ বিষয়ে এটি নিবন্ধ প্ৰস্তুত কৰাঁ । [2025/20m/7a]

  4. ‘অসমীয়া সাহিত্যৰ যুগ-বিভাগ’ এই বিষয়ে অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জী-প্ৰণেতাসকলৰ বিচাৰ দাঙি ধৰি এটি আলোচনা আগবঢ়োৱাঁ । [2011/0m/7a]

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

3.2] চৰ্যাগীত আৰু প্ৰাক্-অসমীয়া স্তৰ

11 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰ্যাপদ’সমূহত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, এই সম্পৰ্কে আলোচনা কৰাঁ । [2026/15m/6b]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: চৰ্যাপদসমূহ কোনে, কেতিয়া, কেনেকৈ, ক’ৰ পৰা উদ্ধাৰ কৰি আনি প্ৰকাশ কৰিছিল? এই পদসমূহৰ বিশেষত্বৰ বিষয়ে লিখাঁ । [2025/10m/5e]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চৰ্যাপদৰ বিষয়বস্তু সম্পৰ্কে এটি আভাস দিয়াঁ । [2024/10m/5b]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰ্যাপদ’ৰ ৰচনাকাল সম্পৰ্কে উল্লেখ কৰি ইয়াৰ ভাষাৰ বৈশিষ্ট্য নিৰূপণ কৰাঁ । [2022/15m/6b]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ‘চৰ্যাগীত’ৰ মাজেদি প্ৰকাশ পোৱা দাৰ্শনিক তত্ত্বৰ বিষয়ে চমুকৈ লিখা। [2019/10m/5c]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: ‘চৰ্যাপদ’সমূহত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, এই সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা। [2018/20m/6a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চৰ্যাগীতি কি, আলোচনা কৰা । [2016/10m/5e]

  8. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ । চৰ্যাগীতৰ প্ৰধান বৈশিষ্ট্য কি কি উদাহৰণসহ আলোচনা কৰাঁ । [2015/10m/5d]

  9. চমু টোকা লিখাঁ:
    চৰ্যাগীত, মাধৱ কন্দলি, বাণীকান্ত কাকতি, জীৱনৰ বাটত, নিৰুপমা বৰখোহাঞি [2014/15m/8b]

  10. চযগীতবোৰ কোনে, কেতিয়া আৰু ক’ৰ পৰা উদ্ধাৰ কৰে? এই গীতবোৰৰ ৰচক কোন? চৰ্যাগীত ৰচনাৰ সময় উল্লেখ কৰি ইয়াৰ বিষয়বস্তুৰ এটি চমু আভাস দিয়াঁ । [2012/30m/6b]

  11. যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: চৰ্যাপদসমূহে অসমীয়া সাহিত্যৰ কোনটো স্তৰ নিৰ্দেশ কৰে? চৰ্যাৰ ভাষাত থকা অসমীয়া ভাষাৰ ধ্বনিগত আৰু ৰূপগত বৈশিষ্ট্য কেতবোৰ দেখুৱাই ইয়াৰ ভাষাক সন্ধ্যাভাষা বোলাৰ কাৰণ ব্যাখ্যা কৰাঁ । [2010/20m/5b]

3.3] প্ৰাক্-শংকৰদেৱ যুগ

11 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱ কন্দলি অনূদিত ‘ৰামায়ণ’ৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰাঁ । [2026/15m/8c]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘শংকৰ-পূৰ্ব যুগৰ অসমীয়া সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ প্ৰস্তুত কৰাঁ । [2025/20m/8a]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: প্ৰাক্-শঙ্কৰী যুগৰ যি কোনো এজন কবিৰ কাব্য-প্ৰতিভাৰ আভাস দাঙি ধৰাঁ । [2022/10m/5c]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মাধৱ কন্দলিৰ কাব্যশৈলীৰ বিশেষত্ব আলোচনা কৰা। [2019/20m/7a]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । মাধৱ কন্দলিৰ ৰামায়ণৰ অনুবাদ ৰীতিৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখাঁ । [2017/25m/7a]

  6. পাঁচালী সাহিত্য কি? অসমীয়া পাঁচালী সাহিত্যিক দূৰ্গাবৰ কায়স্থৰ বিষয়ে চমু পৰিচয় দাঙি ধৰাঁ । [2015/20m/6a]

  7. মাধৱকন্দলিৰ জন্মস্থান আৰু কাল সম্পৰ্কে মতামত দি তেওঁৰ ঘাই সাহিত্যিক অৱদানটিৰ বিষয়ে বহলাই আলোচনা কৰাঁ । [2015/10m/8b]

  8. পাঁচালী সাহিত্য মানে কি? অসমীয়া পাঁচালী কবিসকলৰ কাব্যকৃতিৰ পৰিচয় দিয়াঁ । [2014/15m/7c]

  9. প্ৰাকশকতৰী যুগৰ সাহিত্যৰ, বিশদ বিৱৰণ দাঙি ধৰাঁ। [2013/25m/6a]

  10. প্ৰাক্-শংকৰী যুগৰ সাহিত্যৰ আধাৰ গ্ৰন্থ কি কি? এই যুগৰ সাহিত্যৰ এটি চমু পৰিচয় দিয়াঁ । [2012/30m/6a]

  11. পাঁচালী সাহিত্য বুলিলে কি বুজা? অসমীয়া পাঁচালী কবিসকলৰ চমু পৰিচয় দিয়াঁ । [2011/60m/6b]

3.4] শংকৰদেৱ যুগ (বৈষ্ণৱ যুগ)

27 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অংকীয়া নাট কি? শংকৰদেৱৰ অংকীয়া নাটৰ পৰিচয় দিয়াঁ । [2026/15m/6c]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অংকীয়া নাট আৰু ঝুমুৰাৰ বিষয়ে এটি তুলনাত্মক আলচ যুগুত কৰাঁ । [2025/10m/5c]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মাধৱদেৱে ৰচনা কৰা গীতসমূহৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰাঁ। [2024/15m/8b]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অঙ্কীয়া নাটৰ প্ৰধান বৈশিষ্ট্যকেইটা কি কি, উদাহৰণৰ সৈতে লিখাঁ । [2022/20m/6a]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ঝুমুৰাৰ লক্ষণ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। [2020/10m/5d]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অংকীয়া নাটৰ সৃষ্টিত অসমৰ থলুৱা উপাদানসমূহৰ ভূমিকা সম্পৰ্কে বিৱৰি লিখা। [2020/20m/6a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: বৈষ্ণৱ ভক্তিকাব্য কেইখনমানৰ পৰিচয়মূলক টোকা লিখা। [2020/15m/6b]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অংকীয়া নাটৰ ভাষা আৰু সূত্ৰধাৰৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰা। [2019/20m/6a]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অংকীয়া নাট আৰু ঝুমুৰাৰ গঠনশৈলীৰ তুলনা কৰা। [2019/15m/7b]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: ঝুমুৰাৰ প্ৰধান লক্ষণ কি কি? মাধৱদেৱৰ যি কোনো এখন ঝুমুৰাত এই লক্ষণবোৰ কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰা। [2018/10m/5d]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: শ্ৰীশংকৰদেৱ বিৰচিত বৰগীতৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা। [2018/15m/6c]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । শঙ্কৰদেৱৰ কাব্য প্ৰতিভা সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰাঁ । [2017/25m/7b]

  13. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শ্ৰীশ্ৰীশংকৰদেৱৰ অংকীয়া নাট সম্পৰ্কে এটি পৰ্যালোচনা আগবঢ়োৱা । [2016/25m/8a]

  14. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীতৰ বিষয় আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা । [2016/25m/8b]

  15. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ । মাধৱদেৱৰ ‘নামঘোষা’ পুথিৰ তত্ত্ব আৰু সৌন্দৰ্য বিচাৰ কৰাঁ । [2015/10m/5b]

  16. শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ ৰচনাৰীতিৰ বিষয়ে এটি ৰচনা যুগুত কৰাঁ । [2015/15m/7b]

  17. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখিবা । শংকৰদেৱব বৰগীতৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখাঁ । [2014/10m/5c]

  18. ঝুমুৰাৰ প্ৰধান লক্ষণ কি কি? মাধৱদেৱৰ ঝুমুৰাত সেই লক্ষণবোৰ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰাঁ । [2014/15m/6b]

  19. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: অকৰীয়া নাটৰ বৈশিষ্ট্য কেইটা বিশ্লেষণ কৰাঁ। [2013/10m/5c]

  20. মাধৱদেৱৰ ভক্তিমূলক সাহিত্যৰ চমু আলোচনা কৰাঁ। [2013/25m/6b]

  21. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে এটি পৰিচয়মূলক প্ৰবন্ধ যুগুত কৰাঁ । [2012/12m/5c]

  22. চমু টোকা লিখাঁ:
    মাধৱদেৱ; গুণাভিৰাম বৰুৱা; চন্দ্ৰকুমাৰ আগৰৱালা; জোনাকী; জীৱনৰ বাটত । [2012/30m/8b]

  23. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: অঙ্কীয়া নাটসমূহৰ ৰচনাকৌশল আৰু বৈশিষ্ট্যসমূহ বিচাৰ কৰাঁ । [2011/15m/5b]

  24. ভক্তিতত্ত্ব নিৰূপক গ্ৰন্থৰূপে ‘নামঘোষা’ৰ বিশেষত্ব কি, যথাযথভাৱে আলোচনা কৰাঁ । [2011/0m/6a]

  25. যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: অংকীয়া নাটৰ ৰচনাৰীতি সম্পৰ্কে আলোচনা কৰি এটি টোকা লিখাঁ । [2010/20m/5c]

  26. যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: শঙ্কৰদেৱৰ নাটসমূহক কি আখ্যা দিয়া হয়? তেওঁৰ নাটৰ আলম লৈ নাট্য-প্ৰতিভাৰ এক পৰিচয় দাঙি ধৰাঁ । [2009/20m/5b]

  27. মাধৱদেৱৰ ‘নামঘোষা’ত ভক্তিৰসৰ প্ৰকাশ কিদৰে ঘটিছে, আলোচনা কৰাঁ । [2009/60m/6]

3.5] শংকৰোত্তৰ যুগ

2 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: শঙ্কৰোত্তৰ যুগৰ ব্যৱহাৰিক জ্ঞানশাস্ত্ৰমূলক সাহিত্যৰ বিষয়ে ফঁহিয়াই আলোচনা কৰাঁ । [2022/20m/7a]

  2. শংকৰোত্তৰ যুগৰ নাটক সম্পৰ্কে আলোচনা কৰি শংকৰদেৱৰ নাটৰ কলা-কৌশলৰ পৰা সেই নাটবোৰ কিমান দূৰ আঁতৰি আহিছে বিচাৰ কৰাঁ । [2014/20m/6a]

3.6] আধুনিক যুগ (ব্ৰিটিছৰ আগমনৰ পৰা)

10 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আধুনিক অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদান সম্পৰ্কে পৰ্যালোচনা কৰাঁ । [2026/20m/7a]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাস, কবিতা, ভ্ৰমণকাহিনী, অনুবাদ আদি সাহিত্যৰ বিভিন্ন দিশত আধুনিকতাৰ আধাৰশিলা স্থাপন কৰাত ‘অৰুণোদই’-ৰ ভূমিকা বিচাৰ কৰাঁ । [2025/20m/6a]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ খৃষ্টান মিশ্যনেৰীসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰাঁ । [2024/15m/6b]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অৰুণোদয় যুগ’ৰ অসমীয়া সাহিত্যই কেনেধৰণৰ পৰিৱৰ্তন আৰু নতুনত্ব কঢ়িয়াই আনিলে, বিৱৰি লিখাঁ । [2022/15m/8c]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকীয়াল ফুকনৰ অৱদান চমুকৈ বিশ্লেষণ কৰা। [2020/10m/5a]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘অৰুণোদয় যুগ’ৰ সাহিত্যৰ এক চমু আলোচনা দাঙি ধৰা। [2019/15m/8b]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ ‘অৰুণোদই’ সংবাদপত্ৰৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। [2018/10m/5e]

  8. অসমীয়া সাহিত্যৰ বিকাশত আলোচনী আৰু সংবাদপত্ৰৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাঁ । [2015/20m/8a]

  9. ব্যাখ্যা কৰাঁ:
    “আলোচনী কাকতেই অসমীয়া আধুনিক সাহিত্যৰ জন্ম আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।” [2011/60m/7b]

  10. অসমীয়া ভাষা-সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান–এই শীৰ্ষক এটি আলোচনা আগবঢ়োৱাঁ । [2010/60m/8]

3.7] জোনাকী যুগ

34 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰহস্যবাদ’ কি? নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰা কেনেদৰে প্ৰকাশিত হৈছে, বিশ্লেষণ কৰাঁ । [2026/15m/8b]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ৰোমাণ্টিক কবিতাৰ অংকুৰণ ক’ত, কেনেদৰে ঘটিছিল সেই বিষয়ে লিখাঁ । [2025/10m/5d]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজোৱা হয়? অসমীয়া সাহিত্যলৈ এই ত্ৰিমূৰ্তিৰ অৱদানৰ বিষয়ে লিখাঁ । [2025/15m/6c]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আৱাহন যুগৰ প্ৰধান গল্পকাৰকেইজনৰ গল্পৰ আধাৰত সেই যুগৰ গল্পৰ বিষয়বস্তু আৰু আংগিক বিশ্লেষণ কৰাঁ । [2025/15m/8b]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ কাব্যচৰ্চা কৰা যি কোনো এগৰাকী ৰোমাণ্টিক কবিৰ কাব্য-কৃতিৰ বিষয়ে আলোচনা কৰাঁ । [2024/10m/5d]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আৱাহন যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ নিৰূপণ কৰাঁ । [2024/15m/8c]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘আৱাহন যুগ’ৰ তিনিজন গল্পকাৰৰ গল্পৰ চমু আলোচনা আগবঢ়োৱাঁ । [2022/15m/6c]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অসমীয়া শিশুসাহিত্যলৈ বেজবৰুৱাৰ অৱদান’–এই বিষয়ে এক আলোচনা দাঙি ধৰাঁ । [2022/15m/7c]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকী কাকতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। [2020/10m/5b]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য আৰু তাৎপৰ্য বিশ্লেষণ কৰা। [2020/20m/8a]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: জোনাকী যুগৰ অসমীয়া কবিতাৰ ঘাই বৈশিষ্ট্যসমূহ আলোচনা কৰা। [2019/10m/5b]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: আৱাহন যুগৰ চুটিগল্পৰ ঘাই বৈশিষ্ট্যসমূহ আলোচনা কৰা। [2019/10m/5d]

  13. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া সাহিত্যলৈ জয়ন্তী যুগৰ কবিসকলৰ অৱদানৰ মূল্যায়ন কৰা। [2019/15m/6b]

  14. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া গীতি-সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান–শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰা। [2019/15m/8c]

  15. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । জোনাকী যুগৰ অসমীয়া কবিতাত পাশ্চাত্য প্ৰভাৱ কেনেদৰে অনুভূত হৈছে উদাহৰণেৰে দেখুওৱাঁ । [2017/10m/5d]

  16. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । চমুটোকা লিখাঁ ।
    (i) কীৰ্তন ঘোষা ।
    (ii) মোৰ জীৱন সোঁৱৰণ ।
    (iii) পদ্মনাথগোহাঞিবৰুৱা ।
    (iv) বিৰিঞ্চি কুমাৰ বৰুৱা ।
    (v) মামনি ৰয়ছম গোস্বামী । [2017/25m/8b]

  17. অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰৱাহ আৰু বৈশিষ্ট্য সম্পৰ্কে ৰচনা যুগুত কৰাঁ । [2015/15m/6c]

  18. চমু টোকা লিখাঁ:
    (ক) ৰজনীকান্ত বৰদলৈ
    (খ) কাৰেঙৰ লিগিৰী [2015/10m/8c]

  19. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখিবা । অসমীয়া ৰোমান্টিক কবিতাত ইংৰাজ কবি সকলৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাঁ । [2014/10m/5a]

  20. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখিবা । অসমীয়া সাহিত্যলৈ ‘জোনাকী’ কাকতৰ অৱদানৰ বিষয়ে লিখাঁ । [2014/10m/5e]

  21. লক্ষ্মীনাথ বেজবৰুৱাই আধুনিক অসমীয়া সাহিত্যৰ ভেঁট কটকটীয়া কৰিলে – কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰি এক প্ৰবন্ধ প্ৰস্তুত কৰাঁ । [2014/15m/6c]

  22. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত থকা অতি প্ৰাকৃত উপাদানৰ উল্লেখ কৰি তেওঁৰ কাব্য প্ৰতিভাৰ এটি পৰিচয় দিয়াঁ । [2014/20m/8a]

  23. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: বেজবৰুৱাৰ গল্পৰ চমু আলোচনা দাঙি ধৰাঁ। [2013/10m/5d]

  24. অসমীয়া ৰোমান্টিক কাব্য সাহিত্যৰ আলোচনা কৰি যিকোনো এজন কবিৰ কাব্যকৃতিৰ পৰিচয় দাঙি ধৰাঁ। [2013/25m/7b]

  25. লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ এক বিশ্লেষণ দাঙি ধৰাঁ। [2013/25m/8a]

  26. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: প্ৰাক্-যুদ্ধকালীন অসমীয়া উপন্যাসৰ বিষয়ে এটি নিবন্ধ যুগুত কৰাঁ । [2012/12m/5d]

  27. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: বেজবৰুৱাৰ নাট্য-সাহিত্যৰ ঘাই লক্ষণসমূহ আলোচনা কৰাঁ । [2012/12m/5e]

  28. চমু টোকা লিখাঁ:
    মাধৱদেৱ; গুণাভিৰাম বৰুৱা; চন্দ্ৰকুমাৰ আগৰৱালা; জোনাকী; জীৱনৰ বাটত । [2012/30m/8b]

  29. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: ৰোমাণ্টিক সাহিত্যৰ লক্ষণ আৰু অসমীয়া কবিতাত এনে লক্ষণৰ প্ৰকাশ সম্পৰ্কে এটি চমু আলোচনা কৰাঁ । [2011/15m/5c]

  30. লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কৃপাবৰী ৰচনা’ সম্পৰ্কে এটি আলোচনা দাঙি ধৰাঁ । [2011/0m/8a]

  31. চমু টোকা লিখাঁ:
    মিৰি-জীয়ৰী; কাৰেঙৰ লিগিৰী; হে’ অৰণ্য হে’ মহানগৰ; ইয়াৰুইংগম; ৰামধেনু । [2011/60m/8b]

  32. যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: ৰহস্যবাদ বুলিলে কি বুজা? অসমীয়া সাহিত্যত ৰহস্যবাদ–এই শীৰ্ষক এক আলোচনা আগবঢ়োৱাঁ । [2010/20m/5a]

  33. যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: জোনাকী যুগৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য কি কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত এই বৈশিষ্ট্যবোৰ কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2010/20m/5d]

  34. যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সাহিত্যৰ ‘জোনাকী-যুগ’ৰ ত্ৰিমূৰ্ত্তি বুলিলে কি বুজা? এই যুগৰ সাহিত্যৰ বৈশিষ্ট্য নিৰূপণ কৰি এটা প্ৰবন্ধ লিখাঁ । [2009/20m/5c]

3.8] উত্তৰ-স্বাধীনতা যুগ

21 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘আধুনিকতাবাদ আৰু অসমীয়া সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰাঁ । [2026/20m/6a]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: সাম্প্ৰতিক অসমীয়া কবিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পৰ্কে নিদৰ্শনসহ আলোচনা কৰাঁ । [2026/15m/7c]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: স্বাধীনতা-পৰৱৰ্তী অসমীয়া সামাজিক উপন্যাসৰ ইতিহাস সম্পৰ্কে আলোচনা কৰা। [2020/15m/6c]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ৰামধেনু যুগৰ চুটিগল্পৰ বিষয়বস্তু আৰু আঙ্গিক বৈশিষ্ট্য বিচাৰ কৰা। [2020/15m/7c]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: সাম্প্ৰতিক অসমীয়া কবিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পৰ্কে নিদৰ্শনসহ আলোচনা কৰা। [2018/10m/5b]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: উত্তৰ-আধুনিকতাবাদী সাহিত্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি, অসমীয়া সাহিত্যৰ প্ৰসংগত বিচাৰ কৰা। [2018/15m/6b]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: উত্তৰ-কালৰ অসমীয়া উপন্যাস, এই শীৰ্ষক এটি চমু নিবন্ধ যুগুত কৰা। [2018/20m/7a]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা। [2018/15m/7b]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: আধুনিকতাবাদৰ প্ৰধান লক্ষণবোৰ কি কি? এইবোৰ অসমীয়া সাহিত্যত কেনেদৰে প্ৰকাশ পাইছে, তথ্যসহ দেখুৱাবলৈ চেষ্টা কৰা। [2018/20m/8a]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি আলোচনা কৰাঁ । [2017/25m/6a]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । চমুটোকা লিখাঁ ।
    (i) কীৰ্তন ঘোষা ।
    (ii) মোৰ জীৱন সোঁৱৰণ ।
    (iii) পদ্মনাথগোহাঞিবৰুৱা ।
    (iv) বিৰিঞ্চি কুমাৰ বৰুৱা ।
    (v) মামনি ৰয়ছম গোস্বামী । [2017/25m/8b]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সাহিত্যত উত্তৰ-আধুনিকতাবাদ কি? অসমীয়া সাহিত্যত এই ধাৰাৰ উন্মেষ হৈছে নে নাই, বিচাৰ কৰা । [2016/25m/6a]

  13. স্বৰাজোত্তৰ কালৰ অসমীয়া চুটিগল্পৰ বিষয়ে আলোচনা দাঙি ধৰাঁ । [2015/15m/6b]

  14. স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ এটি চমু বিৱৰণ দিয়াঁ । [2014/15m/7b]

  15. চমু টোকা লিখাঁ:
    চৰ্যাগীত, মাধৱ কন্দলি, বাণীকান্ত কাকতি, জীৱনৰ বাটত, নিৰুপমা বৰখোহাঞি [2014/15m/8b]

  16. যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ এক আলোচনা যুগুত কৰাঁ । [2014/15m/8c]

  17. চমু টোকা লিখাঁ:
    ৰহদৈ লিগিৰী, হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, আধালেখা দস্তাবেজ, নিৰ্মলপ্ৰভা বৰদলৈ [2013/25m/8b]

  18. যুদ্ধোত্তৰ যুগৰ অসমীয়া চুটিগল্পৰ বিষয়বস্তু আৰু আঙ্গিক সম্পৰ্কে আলোচনা কৰাঁ । [2012/30m/7b]

  19. চমু টোকা লিখাঁ:
    মিৰি-জীয়ৰী; কাৰেঙৰ লিগিৰী; হে’ অৰণ্য হে’ মহানগৰ; ইয়াৰুইংগম; ৰামধেনু । [2011/60m/8b]

  20. ৰামধেনু যুগৰ চুটিগল্পৰ বিষয়ে বহলাই আলোচনা কৰাঁ । [2010/60m/7]

  21. উত্তৰ-স্বাধীনতা কালৰ অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰি এটা আলোচনা যুগুত কৰাঁ । [2009/60m/8]

Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

« Previous: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ · Next: খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য »

Back to: Assamese Literature Optional PYQs – Topic-wise

Last updated: 2 November 2026