Menu Close

সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ – Assamese Literature Optional PYQs (Paper I, Unit 2)

Here are all 84 questions on সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ asked in UPSC Assamese Literature Optional Paper I (2009–2026), arranged under the 4 topics of this unit. Within each topic the latest questions come first.

Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

Topic-wise weightage graph of সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ, Assamese Literature Optional Paper I
Topic-wise weightage of সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ (Assamese Literature Optional Paper I) – share of marks asked from each topic.

2.1] সাহিত্য-সমালোচনাৰ নীতি (নৱ-সমালোচনালৈকে)

17 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ৰমণ্যাসবাদ সম্পৰ্কে এটি টোকা যুগুত কৰাঁ । [2026/10m/5b]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘আধুনিকতাবাদ আৰু অসমীয়া সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ যুগুত কৰাঁ । [2026/20m/6a]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ধ্ৰুৱবাদ (Classicism)’ বুলিলে কি বুজা? ধ্ৰুৱবাদৰ আধাৰত ধ্ৰুপদী সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰাঁ । [2026/20m/8a]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰহস্যবাদ’ কি? নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰা কেনেদৰে প্ৰকাশিত হৈছে, বিশ্লেষণ কৰাঁ । [2026/15m/8b]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: “সাহিত্য সমালোচনাৰ এটি উল্লেখনীয় দিশ হৈছে পঢ়ুৱৈৰ ৰুচিবোধৰ সংস্কাৰসাধন বা এই ক্ষেত্ৰত নতুন উপলব্ধি বা ধাৰণাৰ উদ্ৰেককৰণ ।” কথাষাৰ ব্যাখ্যা কৰাঁ । [2024/10m/5a]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: “সমালোচকসকলে সাহিত্য কৰ্মক নিজৰ মনৰ মাজত পুনৰ-নিৰ্মাণ কৰে ।” কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰাঁ । [2024/15m/7b]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: সমালোচনা সাহিত্যৰ উদ্দেশ্য আৰু স্বৰূপ সম্পৰ্কে আলোচনা কৰাঁ । [2022/15m/8b]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সমালোচনাৰ মূল উদ্দেশ্য আৰু স্বৰূপ বিশ্লেষণ কৰি অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাস নিৰ্ণয় কৰা। [2020/20m/7a]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সমালোচনা সাহিত্য বুলিলে কি বুজা? আধুনিক যুগৰ সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰা। [2019/15m/6c]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: উত্তৰ-আধুনিকতাবাদী সাহিত্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি, অসমীয়া সাহিত্যৰ প্ৰসংগত বিচাৰ কৰা। [2018/15m/6b]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: আধুনিকতাবাদৰ প্ৰধান লক্ষণবোৰ কি কি? এইবোৰ অসমীয়া সাহিত্যত কেনেদৰে প্ৰকাশ পাইছে, তথ্যসহ দেখুৱাবলৈ চেষ্টা কৰা। [2018/20m/8a]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ৰোমান্টিক কবিতা আৰু সাম্প্ৰতিক কবিতাৰ মূল বৈশিষ্ট্য কি কি, লিখা । [2016/10m/5a]

  13. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সাহিত্যত উত্তৰ-আধুনিকতাবাদ কি? অসমীয়া সাহিত্যত এই ধাৰাৰ উন্মেষ হৈছে নে নাই, বিচাৰ কৰা । [2016/25m/6a]

  14. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখিবা । “সমালোচনাই সৃষ্টিশীল সাহিত্যৰ পথ মুকলি কৰে” – এই কথাষাৰৰ আলম লৈ সমালোচকৰ দায়িত্ব সম্পৰ্কে আলোচনা কৰাঁ । [2014/10m/5d]

  15. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: ৰোমাণ্টিক সাহিত্যৰ লক্ষণ আৰু অসমীয়া কবিতাত এনে লক্ষণৰ প্ৰকাশ সম্পৰ্কে এটি চমু আলোচনা কৰাঁ । [2011/15m/5c]

  16. যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: ৰহস্যবাদ বুলিলে কি বুজা? অসমীয়া সাহিত্যত ৰহস্যবাদ–এই শীৰ্ষক এক আলোচনা আগবঢ়োৱাঁ । [2010/20m/5a]

  17. যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: সাহিত্য-সমালোচনাৰ প্ৰধান ধাৰা কেইটা আৰু কি কি? এই সম্পৰ্কে ফঁহিয়াই আলোচনা কৰাঁ । [2009/20m/5a]

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

2.2] সাহিত্যৰ বিভিন্ন ৰূপ (genres)

19 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰাঁ । [2026/10m/5c]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: সাহিত্যৰ বিভিন্ন বিধবোৰৰ (genres) পৰিচয় দিয়াঁ । [2026/10m/5d]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: উপন্যাসৰ স্বৰূপ বিশ্লেষণ কৰি উপন্যাসৰ উপাদানসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱাঁ । [2026/10m/5e]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: নাটকৰ সংলাপ-বিষয়ক এটি টোকা যুগুতোৱাঁ । [2024/10m/5c]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰাঁ । [2024/20m/8a]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: নাটকৰ পঞ্চসন্ধি বুলিলে কি বুজা, বিৱৰি লিখাঁ । [2022/10m/5e]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ ফঁহিয়াই দেখুওৱা। [2020/10m/5e]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: নাটকৰ প্ৰধান উপাদান কি কি? নাটকত সংলাপৰ স্থান, এই বিষয়ে এটি চমু আলোচনা যুগুত কৰা। [2018/10m/5c]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰাঁ । [2017/10m/5b]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চুটিগল্প আৰু উপন্যাসৰ মাজত থকা পাৰ্থক্যসমূহ বিচাৰ কৰা । [2016/10m/5b]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: শোক কবিতা কি? উদাহৰণ দি আলোচনা কৰা । [2016/10m/5c]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ট্ৰেজেদী কি? ট্ৰেজেদী নাটকৰ লক্ষণ সম্পৰ্কে আলোচনা কৰা । [2016/25m/6b]

  13. উপন্যাসৰ বিষয়বস্তু আৰু ৰচনাৰীতি সম্পৰ্কে আলোচনা কৰাঁ । [2015/15m/7c]

  14. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখিবা । উপন্যাসত চৰিত্ৰৰ গুৰুত্বৰ বিষয়ে পৰ্যালোচনা কৰাঁ । [2014/10m/5b]

  15. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: চুটিগল্পৰ আঙ্গিক আৰু কলাকৌশলৰ বিষয়ে বিবৰি লিখাঁ। [2013/10m/5a]

  16. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: কবিতা কাক বোলে? বিভিন্ন পণ্ডিতৰ মন্তব্য দাঙি ধৰি আধুনিক অসমীয়া কবিতাৰ স্বৰূপ নিৰ্ণয় কৰাঁ। [2013/10m/5b]

  17. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: “কাহিনী, চৰিত্ৰ আৰু সংলাপ – এই তিনিওটাক লৈয়েই নাটকৰ সামগ্ৰিক ৰূপ।” – এই উক্তিৰ সম্যক আলোচনা উপস্থাপন কৰাঁ। [2013/10m/5e]

  18. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: চুটিগল্পৰ বিষয়বস্তু, কলাকৌশল আৰু আঙ্গিক সম্পৰ্কে আলোচনা কৰাঁ । [2012/12m/5b]

  19. কাহিনী, চৰিত্ৰ আৰু সংলাপ–এইকেইটাৰ কোনটো উপাদান নাটকৰ কাৰণে অধিক প্ৰয়োজনীয় বুলি ভাবা, আলোচনা কৰাঁ । নাটক এখনৰ ভাল-বেয়া বিচাৰ কৰোঁতে কি কি দিশলৈ চকু দিয়া উচিত, সেই বিষয়েও আলোচনা কৰিবাঁ । [2012/30m/8a]

2.3] অসমীয়া সাহিত্যৰ ৰূপসমূহৰ বিকাশ

31 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ধেমেলীয়া বা প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা প্ৰস্তুত কৰাঁ । [2026/15m/7b]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া নাটকৰ ইতিহাসৰ মাইলৰ খুঁটিস্বৰূপ নাটকৰ উদাহৰণ দাঙি ধৰি নাটকৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ । [2025/15m/7c]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাসৰ আদিৰে পৰা বৰ্তমানলৈকে নাৰী চৰিত্ৰ কিদৰে উপস্থাপন কৰা হৈছে সেই সন্দৰ্ভত আলোচনা কৰাঁ । [2025/15m/8c]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া উপন্যাসৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ এটি পৰ্যালোচনা দাঙি ধৰাঁ । [2024/20m/6a]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: জীৱনী-সাহিত্যৰ বিষয়ে এটি পৰ্যালোচনা আগবঢ়োৱাঁ । [2024/15m/6c]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আধুনিক অসমীয়া কাব্য-সাহিত্যত পাশ্চাত্য প্ৰভাৱ সম্পৰ্কে এটি নিবন্ধ লিখাঁ । [2024/15m/7c]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: আধুনিক অসমীয়া কাব্য-সাহিত্যৰ যি কোনো এজন কবিৰ কাব্যকৃতিৰ পৰ্যালোচনা কৰাঁ । [2022/10m/5d]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাসৰ ইতিহাস বিচাৰ কৰি এটি আলোচনা যুগুত কৰাঁ । [2022/20m/8a]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘অসমীয়া কবিতাত প্ৰকৃতি’–এই সম্বন্ধে এটি নিৱন্ধ যুগুত কৰা। [2020/15m/7b]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া কবিতাত প্ৰগতিবাদী চিন্তাৰ স্বৰূপ কেনেদৰে প্ৰতিভাত হৈছে, আলোচনা কৰা। [2020/15m/8b]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ঐতিহাসিক নাটকৰ বিষয়বস্তু সামৰি ইয়াৰ সাহিত্যিক মূল্যাংকন কৰা। [2020/15m/8c]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভ্ৰমণ সাহিত্যৰ বিষয়ে চমু আলচ আগবঢ়োৱা। [2019/10m/5e]

  13. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: এৱছাৰ্ড নাটক বুলিলে কি বুজা? অসমীয়া এৱছাৰ্ড নাটকৰ বিষয়ে আলোচনা কৰা। [2019/20m/8a]

  14. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া এব্‌ছাৰ্ড নাটক সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা। [2018/15m/7c]

  15. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাঁ । [2017/10m/5a]

  16. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া উপন্যাসত প্ৰতিফলিত চৰিত্ৰ সম্পৰ্কে চমুকৈ আলোচনা কৰাঁ । [2017/10m/5c]

  17. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । অসমীয়া প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা লিখাঁ । [2017/25m/6b]

  18. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া শিশু সাহিত্যৰ গতি-প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা । [2016/10m/5d]

  19. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আধুনিক অসমীয়া কবিতাৰ প্ৰৱাহ আৰু প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা । [2016/25m/7a]

  20. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ । আধুনিক অসমীয়া কবিতাৰ প্ৰধান বৈশিষ্ট্য সম্পৰ্কে আলোচনা আগবঢ়োৱাঁ । [2015/10m/5c]

  21. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া আত্মজীৱনী সাহিত্যৰ চমু পৰিচয় দি বেজবৰুৱাৰ আত্মজীৱনীখনৰ আলোচনা আগবঢ়োৱাঁ । [2015/10m/5e]

  22. অসমীয়া বুৰঞ্জীমূলক নাটকৰ কাহিনী নিৰ্বাচন, ৰচনা ৰীতি আৰু চৰিত্ৰাংকণৰ বিষয়ে এটি আভাস দিয়া । [2015/20m/7a]

  23. “লক্ষ্মীনাথ বেজবৰুৱা পুৰণি সাধুকথা আৰু আধুনীক চুটিগল্পৰ সংযোজক সেতুৰ দৰে ।” – এই কথাষাৰৰ যুক্তিযুক্ততা বিশ্লেষণ কৰাঁ । [2014/20m/7a]

  24. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: কবিতা কাক বোলে? বিভিন্ন পণ্ডিতৰ মন্তব্য দাঙি ধৰি আধুনিক অসমীয়া কবিতাৰ স্বৰূপ নিৰ্ণয় কৰাঁ। [2013/10m/5b]

  25. অসমীয়া উপন্যাস-সাহিত্যৰ গতিধাৰা সম্পৰ্কে লিখাঁ। [2013/25m/7a]

  26. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: আধুনিক অসমীয়া কবিতা–এই শীৰ্ষক এটি চমু নিবন্ধ প্ৰস্তুত কৰাঁ । [2012/12m/5a]

  27. বিষয়বস্তু অনুযায়ী অসমীয়া উপন্যাসক কেইটা আৰু কি কি শ্ৰেণীত ভগাব পাৰি? তাৰে যি কোনো এটা শ্ৰেণীৰ উপন্যাসৰ বিষয়ে বহলাই লিখাঁ । [2012/30m/7a]

  28. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত আধুনিক অসমীয়া সাহিত্যত কি কি নতুন ৰূপ (Literary forms) গঢ়ি উঠিছে, আলোচনা কৰাঁ । [2011/15m/5a]

  29. অসমীয়া উপন্যাস-সাহিত্যৰ ইতিহাস বিৱৰি পৰ্যালোচনামূলক এটি টোকা লিখাঁ । [2010/60m/6]

  30. যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: ‘আধুনিক অসমীয়া কবিতাত পাশ্চাত্য প্ৰভাৱ’–এই শীৰ্ষক এক আলোচনা আগবঢ়োৱাঁ । [2009/20m/5d]

  31. অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ ইতিহাসত তেওঁৰ স্থান নিৰ্ণয় কৰি এক আলচ যুগুত কৰাঁ । [2009/60m/7]

2.4] অসমীয়া সাহিত্য-সমালোচনাৰ বিকাশ

20 questions

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ‘অসমীয়া সমালোচনা সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ লিখাঁ । [2026/10m/5a]

  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সাহিত্যৰ সমালোচনাৰ ধাৰাটোৰ বিষয়ে লিখাঁ । [2025/10m/5b]

  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সাহিত্যত সমালোচক হিচাপে সত্যেন্দ্ৰনাথ শৰ্মাৰ স্থান নিৰূপণ কৰাঁ । [2025/15m/7b]

  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: পুৰণি অসমীয়া সাহিত্যৰ সমালোচক হিচাপে বাণীকান্ত কাকতিৰ অৱদান-বিষয়ক এটি নিবন্ধ প্ৰস্তুত কৰাঁ । [2024/10m/5e]

  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া নাট্য-সাহিত্যৰ সমালোচনাত সমালোচক সত্যেন্দ্ৰ নাথ শৰ্মাৰ স্থান নিৰ্ধাৰণ কৰাঁ । [2024/20m/7a]

  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সমালোচনা সাহিত্যৰ এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাঁ । [2022/10m/5a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসত বাণীকান্ত কাকতিৰ স্থান নিৰ্ণয় কৰি চমু আলোচনা আগবঢ়োৱাঁ । [2022/10m/5b]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সমালোচনা সাহিত্যৰ তত্ত্ব আৰু প্ৰয়োগৰ ক্ষেত্ৰত পশ্চিমীয়া সাহিত্যৰ প্ৰভাৱ’–এই বিষয়ে এক আলোচনা যুগুত কৰাঁ । [2022/15m/7b]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সমালোচনাৰ মূল উদ্দেশ্য আৰু স্বৰূপ বিশ্লেষণ কৰি অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাস নিৰ্ণয় কৰা। [2020/20m/7a]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া সমালোচনা সাহিত্যৰ চমু ইতিহাস দাঙি ধৰা। [2019/10m/5a]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: সমালোচনা সাহিত্য বুলিলে কি বুজা? আধুনিক যুগৰ সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰা। [2019/15m/6c]

  12. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া সাহিত্যৰ দুজন প্ৰখ্যাত সমালোচকৰ সমালোচনাৰ ধাৰা সম্পৰ্কে বিৱৰি লিখা। [2019/15m/7c]

  13. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: অসমীয়া সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। [2018/10m/5a]

  14. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া সমালোচনা সাহিত্যৰ বিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা। [2018/15m/8b]

  15. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া সমালোচনা সাহিত্যলৈ ড০ বাণীকান্ত কাকতিৰ অৱদানৰ বিষয়ে লিখা। [2018/15m/8c]

  16. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । অসমীয়া সমালোচনা সাহিত্যৰ গতিধাৰা সম্পৰ্কে এটি বিৱৰনাত্মক টোকা লিখাঁ । [2017/25m/8a]

  17. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া সমালোচনা সাহিত্যৰ বিকাশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা । [2016/25m/7b]

  18. তলত দিয়া পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া কবিতা সমালোচনাৰ গতিধাৰাৰ বিষয়ে আলোচনা দাঙি ধৰাঁ । [2015/10m/5a]

  19. অসমীয়া সমালোচনা সাহিত্যৰ গতি প্ৰকৃতিৰ বিষয়ে সবিশেষ আলোচনা কৰি এটি প্ৰবন্ধ লিখাঁ । [2015/10m/8d]

  20. তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: যুদ্ধোত্তৰ অসমীয়া সমালোচনা-সাহিত্যৰ বিষয়ে পৰিচয় দি এটি চমু প্ৰবন্ধ যুগুত কৰাঁ । [2011/15m/5d]

Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

« Previous: ভাষা · Next: অসমীয়া সাহিত্যৰ ইতিহাস »

Back to: Assamese Literature Optional PYQs – Topic-wise

Last updated: 2 November 2026